সাতোভনী আই

সাতোভনী আই

0 07/27/2026
Lyrics

বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসে বাৰে বাৰে তাকেই সুঁৱৰায় তই শুনিছনে নাই তই শুনিছনে নাই বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসে বাৰে বাৰে তাকেই সুঁৱৰায় নগা ভাই ভনীহঁতে ছালি কাটি কথা দিছে সময় হ’লে আহিব ওলায় মিজো আৰু মণিপুৰে আছে বাট চায় কেতিয়ালৈ ক’ব লাগে আহিব ওলায় কোন ক’ত কেনি আছ কি আছ কৰি আহ ওলাই আহ সিবোৰ তাতেই সামৰি কোন ক’ত কেনি আছ কি আছ কৰি আহ ওলাই আহ সিবোৰ তাতেই সামৰি মেঘালয়ো গা’তে লগা ৰিং এটাৰ বাট অৰুণমনিও আহি তাতে বতাইছেহি হাত ত্ৰিপুৰীয়েও কথা দিছে জনাব সহাৰি সাতোভনী মিলি নাচিম আকৌ হিয়া উজাৰি বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসেও বাৰে বাৰে তাকেই সুঁৱৰায়

0:00
2:24

Готовы создать будущее звука?

Попробуйте лидирующий генератор музыки на базе ИИ уже сегодня и мгновенно превращайте текст в музыку. Создавайте профессиональные песни без авторских отчислений менее чем за 60 секунд.