MUSID.AIMUSID.AI
জন্মভূমিৰ গীত

জন্মভূমিৰ গীত

Ajit Buragohain
Ajit Buragohain
Assamese folk ballad with a warm mid-tempo feel, steady dhol-like pulse and bamboo flute accents; verse stays sparse with solo vocal and hand percussion, pre-chorus lifts with layered call-and-response, chorus opens into fuller harmonies and clapping. Close, earthy lead vocal with light doubles on the hook, a short flute turnaround between sections, and a wide, rustic mix that feels open-air and intimate.
1 08/18/2026
Lyrics

[Verse 1] হেৰা আমাৰ জন্মভূমি! হেৰা আমাৰ জন্মভূমি! এনে দেশ কতো নোপোৱা হেৰা তুমি হেৰা আমাৰ জন্মভূমি কত আছে এনে চাউল পানীত দিলে ভাত? কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত? কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক? এঠা-দৈ কত এনে নেৰায় ধুলে যাক [Chorus] হেৰা আমাৰ জন্মভূমি হেৰা আমাৰ জন্মভূমি তোৰ দৰে কোন আছে কোৱা? [Verse 2] কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী? ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী? লুইতৰ দৰে বৰ নৈ কত আছে কোৱা? ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা হেৰা আমাৰ জন্মভূমি! কত এনে মিৰি-নাচ, কত এনে বিহু? কত পাব জগা গাইৰ এনেকুৱা ফেহু? হৃষ্টপুষ্ট হাঁহি-মুখ, মুকলি-মূৰীয়া লৰা-ছোৱালী তোৰ বুকুৱে ধৰে সপোনৰ সেউজী ডালি [Chorus] হেৰা আমাৰ জন্মভূমি হেৰা আমাৰ জন্মভূমি তোৰ দৰে কোন আছে কোৱা? [Outro] এনে দেশ কতো নোপোৱা হেৰা তুমি হেৰা আমাৰ জন্মভূমি

0:00
2:51

Pronto para criar o futuro do som?

Experimente o nº 1 Gerador de Música por IA hoje e transforme o seu texto em música instantaneamente. Crie faixas profissionais, isentas de direitos autorais, em menos de 60 segundos.